হেণ্ডকাফসহ আদালত চৌহদৰ পৰাই পলাল আচামী, আৰক্ষীৰ হাহাকাৰ…

পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল আচামী। এইবাৰ তিতাবৰৰ ন্যায়িক আদালতৰ চৌহদৰ পৰা হেণ্ডকাফসহ পলায়ন কৰিলে এটা আচামীয়ে। পলায়ন কৰা আচামীটো গোলাঘাট জিলাৰ উষা গৰঙাৰ কিৰণ নায়ক(22)। শনিবাৰে নিশা তিতাবৰ নগৰৰ এখন দোকানত মোবাইল চুৰি কৰোতে স্থানীয় লোকে হাতে-লোটে আটক কৰি তিতাবৰৰ আৰক্ষীক গতাই দিছিল। চোৰটোক দেওবাৰে তিতাবৰ ন্যায়িক আদালতত হাজিৰ কৰাবলৈ নিয়া অৱস্থাত আৰক্ষীৰ চকুত … Read more

অতি শোকাৱহ! বিদ্যুৎস্পৃষ্ট হৈ পিতৃ-মাতৃ আৰু সন্তানসহ ৪ জনৰ মৃত্যু…

এক অতি শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ পিতৃ-মাতৃ আৰু সন্তানসহ ৪ জনৰ মৃত্যু। হাইলাকান্দিৰ বিলাইপুৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। বিদ্যুতৰ চিঙা তাঁৰত লাগি মৃত্যু হয় আটাইকেইজনৰে। নিহত সকলৰ ভিতৰত আছে এটি ৪ বছৰীয়া শিশু। মৃত শিশুটিৰ নাম ৰাজিবুল হুছেইন শ্বেইখ। আনহাতে পিতৃ ছুফিয়ান হুছেইন আৰু মাতৃ হুছনাৰা বেগমৰো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। আনহাতে জাহিদ হুছেইন … Read more

বিশিষ্ট চিকিৎসক ডাঃ বসন্ত শইকীয়াৰ দেহাৱসান…

বিশিষ্ট চিকিৎসক ডাঃ বসন্ত শইকীয়াৰ দেহাৱসান ৷ সোমবাৰে পুৱতি নিশা ডাঃ শইকীয়াই শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত পুৱতি নিশা প্ৰায় ৪-৩০ বজাত মৃত্যুক সাৱতি লয় ডাঃ শইকীয়াই। মৃত্যুৰ সময়ত ডাঃ বসন্ত শইকীয়াৰ বয়স আছিল ৯৫ বছৰ। নগাঁও চহৰৰ আমোলাপট্টিৰ নিবাসী ডাঃ শইকীয়াই মৃত্যুৰ সময়ত পুত্ৰ, কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে৷ … Read more

নকল টকাসহ আৰক্ষীৰ অভিযানত জব্দ টকা বনোৱা মেচিন, মহিলাসহ ৬ জনক আটক…

নকল টকাসহ আৰক্ষীৰ অভিযানত জব্দ টকা বনোৱা মেচিন। মঙলদৈত নকল টকা বনোৱা মেচিন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। মঙলদৈৰ লেঙেৰীপাৰাৰ পৰা জব্দ কৰা হৈছে মেচিনসহ নকল টকা। ঘটনাৰে জড়িত ৩ পুৰুষ আৰু ৩ মহিলাক আটক কৰিছে আৰক্ষীয়ে। নাৰীদেহ ব্যৱসায়ৰ লগতো জড়িত ধৃতকেইজন। ধৃত আনোৱাৰ হুছেইন, চাদ্দত হুছেইন, জামান আহমেদ। ধৃত ৩ মহিলা ৰিজুমা বেগম, জবা … Read more

বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত সন্ধানহীন সপ্তম শ্ৰেণীৰ ছাত্ৰী শিল্পা হাজৰিকা

নিউজ ডেস্ক। বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী ৰহস্যজনকভাৱে সন্ধানহীন হােৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যােৰহাট জিলাৰ তিতাবৰত৷ নিৰুদ্দিষ্ট ছাত্ৰীগৰাকী নাম শিল্পা হাজৰিকা৷ স্থানীয় শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত সপ্তম শ্ৰেণীত অধ্যয়নৰত ৷ জানিব পৰা মতে, তিতাবৰৰ নগাবাট অভয়পুৰীয়াৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী শিল্পা হাজৰিকাই প্ৰতিদিনৰ দৰেই যোৱা ২ ছেপ্টেম্বৰত বিদ্যালয়লৈ গৈছিল। কিন্তু … Read more

ভয়ংকৰ ঘটনা! পত্নী, ১১ বছৰীয়া কন্যাক নৃশংস হত্যা আছাম ৰাইফলছৰ জােৱানৰ, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি। নিজৰ পত্নীৰ লগতে ১১ বছৰীয়া কন্যা সন্তানক ডিঙি ৰেপি হত্যা এগৰাকী আছাম ৰাইফলছৰ জােৱানৰ। এই শিহৰণকাৰী ঘটনা সংঘটিত হ’ল শিলচৰৰ শ্ৰীকোণাস্থিত অসম ৰাইফলছৰ কেম্পত। আছাম ৰাইফলছ জােৱান নায়ক ৰবীন্দ্ৰ কুমাৰে কেম্পৰ চৌহদত পত্নী মণিকা ডোগ্ৰা আৰু কন্যা ৰিদ্ধিক হত্যা কৰি কেম্পৰ বাহিৰত মৃতদেহ পেলাই থৈ পলায়ন কৰে। ঘটনা প্রত্যক্ষ … Read more

৩ বছৰীয়া সন্তানসহ সন্ধানহীন মহিলা, এজাহাৰ দাখিল

নিউজ ডেস্ক। গােলাঘাট জিলাৰ দেৰগাঁৱৰ কাকডোঙাৰ পৰা মহিলা নিৰুদ্দেশ। যােৱা ২০ আগষ্টৰ পৰা সন্ধানহীন বেজগাঁৱৰ স্থানীয় নগেন বৰাৰ পত্নী ৰুণু বৰা ৩ বছৰীয়া সন্তানসহ সন্ধানহীন। এই সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী নগেন বৰাই দাখিল কৰা এজাহাৰ অনুসৰি, গোলাঘাটৰ ফৰকাটিঙৰ মাতৃ গৃহৰ পৰা ৩ বছৰীয়া সন্তানসহ সন্ধানহীন হৈ আছে ৰুণু বৰা। ঘটনা সন্দৰ্ভত ফৰকাটিং আৰক্ষীয়ে গোচৰ ৰুজু কৰি … Read more

ভয়ংকৰ দুৰ্ঘটনা! পথৰ ওপৰত ৰখাই থােৱা ট্ৰাকত প্ৰচণ্ড খুন্দা আন এখন ট্ৰাকৰ, চালকসহ নিহত ৩জন

নিউজ ডেস্ক। নগাওঁ জিলাৰ ৰহাৰ বগৰীগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে পুৱতি নিশা পথৰ ওপৰতে ৰখাই থােৱা ট্ৰাকত আন এখন ট্ৰাকে প্ৰচণ্ড জােৰে খুন্দিওৱাৰ ফলতে প্ৰাণ গ’ল ৩ জন লােকৰ, গুৰুতৰভাৱে আহত হয় দুজন। জানিব পৰা মতে, বগৰীগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকক (RJ-23E-0089) গুৱাহাটী-নগাঁও অভিমুখী আন এখন ট্ৰাকে (AS-25DC-9039) পাছফালৰ পৰা প্ৰচণ্ড জােৰে … Read more

পুনৰ সেনাৰ নাম লৈ প্ৰৱঞ্চনা চাইবাৰ অপৰাধীৰ, ভিডিঅ’ কলৰ জৰিয়তে ব্যৱসায়ীৰ একাউন্টৰ পৰা লুটি নিলে ৭੦ হাজাৰ টকা

নিউজ ডেস্ক। এইবাৰ নতুন কৌশল ব্যৱহাৰ কৰি ৰাজ্যত লুন্ঠনৰ জাল চাইবাৰ অপৰাধীৰ। সেনাৰ পােছাকত ভিডিঅ’ কলৰ জৰিয়তে ব্যৱসায়ীৰ একাউন্টৰ পৰা লুটি নিলে প্ৰায় ৭੦ হাজাৰ টকা। ডিব্ৰুগড়, গুৱাহাটীৰ পিছত এইবাৰ চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ বলি হ’ল বৰপেটাৰােডৰ ব্যৱসায়ী। জানিব পৰা মতে, বৰপেটাৰোডৰ বিজয় সূত্ৰধৰ নামৰ ব্যৱসায়ীজনৰ সৈতে সংঘটিত হ’ল এই ঘটনা। নিজকে সৰভােগ সেনাৰ শিৱিৰৰ জােৱান … Read more

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী জিণ্টু মৰাণ…

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ তিনিচুকীয়াৰ কাকপথাৰত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী জিণ্টু মৰাণ। কাকপথাৰৰ লাজুমত সংঘটিত হৈছে এই ঘটনা। গুলীবিদ্ধ জিণ্টু মৰাণক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানকাৰী দলৰ ওপৰত আক্ৰমণৰ চলাইছিল জিণ্টু মৰাণে। নিৰ্দেশ অমান্য কৰি পলায়নৰ চেষ্টা চলাওঁতেই গুলীচালনা আৰক্ষীৰ। ঘটনাস্থলীত উপস্থিত তিনিচুকীয়াৰ … Read more