অখিল গগৈলৈ কিছু সকাহ! চাবুৱাৰ গোচৰত জামিল দিলে আদালতে…
June 22, 2021আজি NIAৰ আদালতত হাজিৰ কৰোৱা হয় বিধায়ক অখিল গগৈক।
NIA ৰ আদালতে জামিন প্ৰদান কৰিছে অখিল গগৈক।
চাবুৱা থানাৰ গোচৰত জামিন লাভ কৰিলে বিধায়ক গৰাকীয়ে।
চানমাৰী থানাৰ আন এটা গোচৰৰ শুনানি চলি আছে NIA ৰ আদালতত।
চানমাৰী থানাৰ গোচৰত জামিন লাভ কৰা নাই গগৈয়ে।
চাবুৱা থানাৰ গোচৰত জগজিত গোঁহাই, ভূপেন গগৈ আৰু অখিল গগৈক দোষমুক্ত কৰে।
অৱশ্যে অখিল গগৈয়ে পূৰ্বতে এই ক্ষেত্ৰত জামিন লাভ কৰিছিল। অৱশ্যে ভাস্কৰজ্যোতি ফুকনে লাভ কৰা নাই জামিন।
উল্লেখ্য যে, আৰক্ষীৰ দাঁত ভগা বুলি চাবুৱাত ৰুজু গোচৰৰ পৰা মু্ক্ত হ’ল অখিল গগৈ।
চাবুৱা আৰু চানমাৰীৰ থানাৰ দুটা গোচৰত জামিন লাভ নকৰা বাবে দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ।