অনিয়ন্ত্ৰিত কৰ’ণা, গুৱাহাটীৰ বছৰেকীয়া বোল বম মহোৎসৱ বাতিল…
July 7, 2021ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ।য
কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল গুৱাহাটীৰ বছৰেকীয়া বোল বম মহোৎসৱ।
এই মহোৎসৱ বাতিল কৰিলে শুক্ৰেশ্বৰ দেৱালয় পৰিচালনা সমিতিয়ে।
২৪ জুলাইৰ পৰা ২২ আগষ্টলৈ আছিল বোল বম মহোৎসৱ।
শ্ৰী শ্ৰী শুক্ৰেশ্বৰ দেৱালয়, শ্ৰী শ্ৰী বানেশ্বৰ দেৱালয় আৰু বশিষ্ট আশ্ৰম দেৱালয় সমিতিৰ বিষয়ববীয়াই এই সিদ্ধান্ত গ্ৰহণ কৰে।
ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবেই এইবাৰ বছৰেকীয়া বোল বম অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত সমিতিখনৰ।