অনিয়ন্ত্ৰিত ডাম্পাৰৰ সৈতে অল্ট’ৰ সংঘৰ্ষ, নিহত পথচাৰী
June 8, 2021নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত অব্যাহত আছে তীব্ৰবেগী ডাম্পাৰৰ সন্ত্ৰাস।
যোৰহাট জিলাৰ আজান গাঁৱৰ সমীপত ডাম্পাৰৰ খুন্দাত নিহত এজন পথচাৰী।
সোমবাৰে আবেলি পশ্চিম যোৰহাটৰ আজান গাঁৱৰ সমীপত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত নিহত হয় এজন পথচাৰী।
জানিব পৰা মতে, এইচ আৰ ৬৯ ডি ৬০৯০ এখন ডাম্পাৰ বাহনে ডেৰগাঁৱৰ দিশে গৈ থকা অৱস্থাত আজান গাঁৱৰ সমীপত এ এছ ০২ জেদ ১৪৬০ নম্বৰৰ এখন এল্ট’ বাহনত খুন্দা মৰাৰ পাছতে এজন পথচাৰীক খুন্দা মাৰে ফলত থিতাতে নিহত হয় পথচাৰীজন।
লগতে চাওকঃ