অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা…

June 29, 2021 0 By Biraj Kalita

২৯ জুনত অসম তথা মেঘালয়ৰ বহু অঞ্চলত হ’ব ধাৰাসাৰ বৰষুণ।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগবঢ়াইছে এই তথ্য।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত দিনটোত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ’ব।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই দিনটোত বৰষুণৰ লগতে বতাহেও কোবাই যাব অসম তথা উত্তৰ পূবক।

অসমৰ উপৰি নাগালেণ্ড.মণিপুৰ,মেঘালয় আৰু ছিকিমতো বিজুলী গাজনিৰে ধাৰাসাৰ বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।