অসম আৰক্ষীত ব্যাপক সালসলনি, ১৯৩ খন থানাৰ OCৰ ৰদবদল… June 26, 2021 0 By Biraj Kalita অসম আৰক্ষীত ব্যাপক সালসলনি। OC পৰ্যায়ত ব্যাপক ৰদবদল গৃহ বিভাগৰ। প্ৰথম বাৰৰ বাবে ১৯৩ খন থানাৰ OC ৰ ব্যাপক সাল সলনি কৰা হ’ল। এই সন্দৰ্ভত গৃহবিভাগে জাৰি কৰিছে নিৰ্দেশনা। আৰক্ষীক অধিক কাৰ্যক্ষম কৰিবলৈ এই সালসলনি কৰা হয়। ইয়াৰ পূৰ্বেও অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ত ব্যাপক সালসলনি কৰা হৈছে। স্ব-গৃহত উপস্থিত হৈ মাতৃক সাৱটি ধৰি আৱেগিক হৈ পৰিল অখিল গগৈ… টেম্পো আৰু বাইকৰ মাজত ভয়ংকৰ সংঘৰ্ষ, থিতাতে নিহত এজন…