অসম আৰক্ষীত ব্যাপক সালসলনি, ১৯৩ খন থানাৰ OCৰ ৰদবদল…

June 26, 2021 0 By Biraj Kalita

অসম আৰক্ষীত ব্যাপক সালসলনি।

OC পৰ্যায়ত ব্যাপক ৰদবদল গৃহ বিভাগৰ।

প্ৰথম বাৰৰ বাবে ১৯৩ খন থানাৰ OC ৰ ব্যাপক সাল সলনি কৰা হ’ল।

এই সন্দৰ্ভত গৃহবিভাগে জাৰি কৰিছে নিৰ্দেশনা।

আৰক্ষীক অধিক কাৰ্যক্ষম কৰিবলৈ এই সালসলনি কৰা হয়।

ইয়াৰ পূৰ্বেও অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ত ব্যাপক সালসলনি কৰা হৈছে।