অসম আৰক্ষীত ব্যাপক ৰদবদলঃ ADGP হৰমিত সিঙক মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব…
July 14, 2021অসম আৰক্ষীত ব্যাপক ৰদবদল।
ADGP হৰমিত সিঙক মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব।
অতিৰিক্তভাৱে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব হৰমিত সিঙলৈ।
মুন্না প্রসাদ গুপ্তাক ‘তদাৰকী আৰু দুৰ্নীতি নিবাৰক’ৰ এডিজিপিৰ দায়িত্ব।
গুৱাহাটী আৰক্ষী আয়ুক্তৰ দায়িত্বত আছিল মুন্না প্ৰসাদ গুপ্তা।
এছবি আৰু এছটিএফৰ হীৰেণ নাথক নিৰাপত্তাৰ এডিজিপিৰ অতিৰিক্ত দায়িত্ব।
ড০ এল আৰ বিষ্ণইক প্রশিক্ষণ, সশস্ত্র আৰক্ষীৰ অতিৰিক্ত দায়িত্ব।
চিআইডিৰ আইজিপি সুৰেন্দ্র কুমাৰক আৰক্ষী আধুনিকীকৰণৰ আইজিপি হিচাপে বদলি।
এ ৱাই ভি কৃষ্ণক চিআইডি এডিজিপি হিচাপে নিযুক্তি।