অসম আৰক্ষীত ব্যাপক ৰদ বদল…
May 31, 2021অসম আৰক্ষীত ব্যাপক সালসলনিয়।
তিনিচুকীয়াৰ ডিএছপি (HQ) দীপক তামুলীক গোলাঘাটৰ ডিএছপি (ডিএছবি)লৈ বদলি কৰা হৈছে।
তিনিচুকীয়াৰ নতুন ডিএছপি(HQ) হ’ব হেমন্ত বড়ো।
ডিব্ৰুগড়ৰ ডিএছপি(HQ) হিৰণ্য কুমাৰ দহোটীয়াক তিনিচুকীয়াৰ ডিএছপি (ডিএছবি)লৈ বদলি।
মাৰ্ঘেৰিটাৰ এছডিপিঅ’ পোনা গগৈক লখিমপুৰৰ ডিএছপি (ডিএছবি)লৈ বদলি কৰা হৈছে।
মাৰ্ঘেৰিটাৰ নতুন এছডিপিঅ’ হ’ব কাছাৰৰ এছডিপিঅ’ পাৰ্থপ্ৰতিম দাস।
কাছাৰৰ ডিএছপি(HQ)ভাৰ্গৱ সঞ্জীৱন গোস্বামীক জালুকবাৰীৰ এচিপি হিচাপে বদলি কৰা হৈছে।
বোকাখাটৰ এছডিপিঅ’ পৃথ্বীৰাজ ৰাজখোৱাক পানবজাৰৰ এচিপিৰ দ্বায়িত্ব প্ৰদান।
ধুবুৰীৰ ডিএছপি(HQ) পোচকল গগৈক এছডিপিঅ’ বজালি হিচাপে বদলি কৰা হৈছে।