অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি, DIG পদত পাৰ্থসাৰথি মহন্ত!
January 1, 2021অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি।
DIG পদত অধিষ্ঠিত হ’ল পাৰ্থসাৰথি মহন্ত!
এতিয়াৰে পৰা পাৰ্থসাৰথি মহন্তই প্ৰশাসনিক, নিৰাপত্তা, ইণ্টেলিজেনছ, যানবাহন শাখাৰ যুটীয়া আৰক্ষী আয়ুক্ত ৰূপে নিযুক্তি হৈ কাৰ্যভাৰ চম্ভালিব।
আনহাতে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্তৰ দায়িত্ব লাভ দেৱৰাজ উপাধ্যায়।
অপৰাধ আৰু আইন-শৃংখলা শাখাৰ দায়িত্বতো থাকিব দেৱৰাজ উপাধ্যায়।
কামৰূপ আৰক্ষী অধীক্ষকৰ দায়িত্বত এপিএছ হিতেশ চন্দ্ৰ ৰয়।