অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি।
এ চি এছ বিষয়া পুলক পাটগিৰিক সংসদৰ নতুন সচিবৰূপে নিযুক্তি।
এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।
উল্লেখ্য যে, সংসদৰ পূৰ্বৰ সচিব আছিল ৰমেশ চন্দ্ৰ চুতীয়া।
উল্লেখ্য যে, পুলক পাটগিৰি সংসদৰ উপ সচিব হিচাপে কৰ্মৰত আছিল।