অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন অধ্যক্ষ হিচাপে ৰূক্ম গোঁহাই বৰুৱাক নিযুক্তি…

May 26, 2021 0 By Biraj Kalita

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন অধ্যক্ষ হিচাপে ৰূক্ম গোঁহাই বৰুৱাক নিযুক্তি।

লখিমপুৰ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজৰ অধ্যক্ষ আছিল ৰূক্ম গোঁহাই বৰুৱা।

উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি পদ্মনাথ গোঁহাঞি বৰুৱাৰ নাতি ৰূক্ম গোঁহাই বৰুৱা।

উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ অধ্যক্ষ নিযুক্তি প্ৰদান কৰাৰ পাছত বৰুৱাক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী ৰণোজ পেগুৱে।