অসম লোকসেৱা আয়োগৰ নৱ নিযুক্ত অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

February 8, 2021 0 By Biraj Kalita

 অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযু্ক্তি।

ৰাজীৱ কুমাৰ বৰাক অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্ত।

ৰাজীৱ কুমাৰ বৰা অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া।

ৰাজ্যপালৰ উপস্থিতিত শপত গ্ৰহণ কৰিব নৱনিযুক্ত অধ্যক্ষজনে।

সোমবাৰে ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জাৰী কৰিছে এই জাননী।