আজিৰে পৰা ৰাজ্যত সন্ধিয়া ৮বজাৰ পুৱা ৫বজালৈ বলবৎ হ’ব সান্ধ্য আইন

April 27, 2021 0 By Biraj Kalita

অৱশেষত ৰাজ্যত ঘোষণা কৰা হ’ল সান্ধ্য আইন।

আজিৰে পৰা ৰাজ্যত সন্ধিয়া ৮বজাৰ পুৱা ৫বজালৈ বলবৎ হ’ব সান্ধ্য আইন।

ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নৈশ সান্ধ্য আইন ঘোষণা মুখ্য সচিবৰ।

জৰুৰী কালীন সেৱাৰ সৈতে জড়িত লোক সকলেহে এই সময়চোৱাত চলন ফুৰন কৰিব পাৰিব।

পৰিচয় পত্ৰ লৈহে ইলেক্ট্ৰনিক আৰু প্ৰিন্ট মিডিয়াৰ সাংবাদিকে এই সময়ত চলন ফুৰণ কৰিব পাৰিব।

দোকানী,দুগ্ধ ব্যৱসায়ী,বেংক,এটিএমত নিয়োজিত কৰ্মচাৰী,খাদ্য সামগ্ৰী যোগান ধৰা ব্যক্তি চাল চলনত অনুমতি।

১ মেলৈ কে জাৰি কৰা হৈছে এই সান্ধ্য আইন।