আজি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

July 25, 2021 0 By Biraj Kalita

আজি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আজি তেওঁ উদ্বোধন কৰিব ৰেডিঅ’ থেৰাপী ব্লক৷

ইপিনে শংকৰদেৱ কলাক্ষেত্ৰতো অংশ ল’ব এক অনুষ্ঠানত।

কেইবাখনো নতুন আঁচনি উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে।

ক’ভিডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আগবঢ়াব চেক্৷

আধাৰশিলা স্থাপন কৰিব তামুলপুৰ মেডিকেল কলেজৰ৷

কলাক্ষেত্ৰৰ পৰাই ভাৰ্ছুৱেলী স্থাপন কৰিব আধাৰশিলা৷