আজি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
July 25, 2021আজি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আজি তেওঁ উদ্বোধন কৰিব ৰেডিঅ’ থেৰাপী ব্লক৷
ইপিনে শংকৰদেৱ কলাক্ষেত্ৰতো অংশ ল’ব এক অনুষ্ঠানত।
কেইবাখনো নতুন আঁচনি উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে।
ক’ভিডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আগবঢ়াব চেক্৷
আধাৰশিলা স্থাপন কৰিব তামুলপুৰ মেডিকেল কলেজৰ৷
কলাক্ষেত্ৰৰ পৰাই ভাৰ্ছুৱেলী স্থাপন কৰিব আধাৰশিলা৷