আমেৰিকাৰ শীৰ্ষ সন্মান ‘লীজন অফ মেৰিট’ৰ দ্বাৰা সন্মানিত কৰা হ’ল প্ৰধানমন্ত্ৰী মোডীক!
December 22, 2020আমেৰিকাৰ শীৰ্ষ সন্মান ‘লীজন অফ মেৰিট’ৰ দ্বাৰা সন্মানিত কৰা হ’ল প্ৰধানমন্ত্ৰী মোডীক।
ভাৰত আৰু আমেৰিকাৰ মাজত ৰণনৈতিক বুজাবুজি বৃদ্ধি কৰাৰ ক্ষেত্ৰত মোডীৰ নেতৃত্বৰ বাবে আমেৰিকাৰ শীৰ্ষ সন্মান “লীজন অফ মেৰিটেৰে’ সন্মানিত কৰা হয়।
আমেৰিকাৰ ৰাষ্ট্ৰপতি সুৰক্ষা পৰামৰ্শদাতা ৰবাৰ্ট চি অ ব্ৰাইনে এই কথা সদৰি কৰিছে।
আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত তৰনজীত সিং সিন্ধুৱে প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা এই বঁটা স্বীকাৰ কৰে।