আৰক্ষীৰ অভিযানত আটক ৩ মানৱ সৰবৰাহকাৰী
November 7, 2021নিউজ ডেস্ক। তেজপুৰ আৰক্ষীৰ এক বৃহৎ সাফল্য।
তেজপুৰ আৰক্ষীয়ে তিনিজনকৈ মানৱ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।
এই তথ্য সদৰী কৰিছে তেজপুৰ আৰক্ষী অধীক্ষক ডঃ ধনঞ্জয় গুনাৱটে।
ডঃ ধনঞ্জয় গুনাৱটে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলত এই কথা সদৰী কৰে যে তিনিজনকৈ মানৱ সৰবৰাহকাৰীয়ে বিভিন্ন চাহ বাগিচাৰ পৰা লোকসকলক লৈ গৈ বহিঃৰাজ্যত বিক্ৰী কৰাৰ এক তথ্য ইতিমধ্যে সদৰী কৰিছে।
আৰক্ষীয়ে এই চক্ৰটােৰ কবলৰ পৰা কেইগৰাকী শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।