আৰক্ষীৰ অভিযানত আটক ৰহস্যময়ী মহিলা, জব্দ ‘দুষ্প্ৰাপ্য’ প্ৰজাতিৰ সাপ

June 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চামগুৰি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল প্ৰৱঞ্চক ফাতেমা বেগম নামৰ এগৰাকী মহিলা।

হিন্দু সন্যাসিনীৰ ব্যস ধৰি চামগুৰিৰ কেইবাজন লোকৰ ঘৰত চলাইছিল মূল্যৱান সা-সম্পত্তিৰ লুটপাট।

এমাহ পূৰ্বে লগত অনা এডাল দুষ্প্ৰাপ্য সৰ্পক ঐশ্বৰিক বুলি দেখুৱাই গৃহস্থক কৰিছিল ভীতিগ্ৰস্ত।

আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা উদ্ধাৰ কৰে লুটপাট কৰি নিয়া কেইবিধমান সোণৰ আ-অলংকাৰ।

প্ৰৱঞ্চক মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে দুষ্প্ৰাপ্য সাপডাল উদ্ধাৰ কৰি বনবিভাগৰ লোকক চমজাই দিয়ে।

লগতে চাওকঃ

অথলে গ’ল নিহাৰিকাৰ চেষ্টা, ক’ভিডে প্ৰাণ ল’লে শহুৰেক থুলেশ্বৰ দাসৰ…