আৰক্ষীৰ অভিযানত জব্দ এটা বৃহৎ ওজনৰ গঁড়ৰ খড়্গ…

March 9, 2022 0 By Biraj Kalita

আৰক্ষীৰ অভিযানত জব্দ এটা বৃহৎ ওজনৰ গঁড়ৰ খড়্গ।

যোৰহাট পুলিবৰ আৰক্ষীয়ে জব্দ কৰে গঁড়ৰ খড়্গটো।

পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্তৰঞ্জন বুঢ়াগোহাঁইৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰা হয় গঁড়ৰ খৰ্গটো।

ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক আটক কৰিছে।

আটক কৰা যুৱক দুজন হৈছে তিতাবৰৰ চুৰিয়া হাজৰিকা (৪২) আৰু বুলোৰাম ভুঞা।

জানিব পৰা মতে, খড়্গটো বিক্ৰী কৰিবলৈ আনি পশ্চিম যোৰহাটৰ মহবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থাকোতেই পুলিবৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰে।