আৰক্ষীৰ অভিযানত নকল সোণ জব্দ, আটক ১
September 18, 2021নিউজ ডেস্ক। তেজপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই খিতাব আলী নামৰ এজন লোকৰ পৰা যথেষ্ট সংখ্যক নকল সোণ জব্দ কৰিবলৈ সক্ষম হৈছে।
লগতে খিতাব আলী নামৰ লোকজনক তেজপুৰ আৰক্ষীয়ে প্ৰেপ্তাৰ কৰাৰ তথ্য সদৰী কৰিছে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক ডঃ ধনঞ্জয় গুণৱাটে।
গুণৱাটে জনোৱা মতে ইতিমধ্যে লোকজনক আটক কৰা হৈছে লগতে ম’বাইলসহ কেইবাটাও সোণৰ টুকুৰা জব্দ কৰে।