আৰক্ষীৰ অভিযানত ১৪ টা চোৰাং গৰু জব্দ, আটক ৩ সৰবৰাহকাৰী
October 26, 2021নিউজ ডেস্ক। জুৰীয়াত আৰক্ষীৰ অভিযান।
১৪টা চোৰাং গৰুসহ আটক তিনিটাকৈ চোৰাং গৰু সৰবৰাহকাৰীৰ, লগতে জব্দ তিনিখন বাহন।
আৰক্ষীয়ে গৰু সৰবৰাহৰ লগত জড়িত তিনিজন লোককো আটক কৰে।
ধৃত অভিদুল ইছলাম, মুকছিদুল ইছলাম আৰু তাফজ্জুল ইছলাম নামৰ তিনিটাকৈ চোৰাং গৰু সৰবৰাহকাৰীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
আৰক্ষীয়ে জব্দ কৰি অনা গৰুসমূহ ধিঙৰ পৰা জুৰীয়া হৈ আন ঠাইলৈ নি থকা অৱস্থাত জুৰীয়াত জব্দ কৰে।