আৰক্ষীৰ জালত পৰিল বহিঃৰাজ্যলৈ মানৱ সৰবৰাহৰ কৰা ‘পকেট’
January 28, 2022নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে মানৱ সৰবৰাহৰ ঘটনা।
বহিঃৰাজ্যলৈ মানৱ সৰবৰাহৰ অভিযোগত আৰক্ষীৰ জালত পৰিল নজৰুল ইছলাম ওৰফে পকেট।
বহিঃৰাজ্যলৈ অসমৰ যুৱক-যুৱতী সৰবৰাহৰ বহু অভিযোগত ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পকেটক।
উল্লেখ্য যে কিছুদিন পূৰ্বে নজৰুল ইছলামৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ১১জনকৈ শ্ৰমিকক।
ইয়াৰ পাছতে ঘটনাৰ তদন্ত কৰি নজৰুল ইছলাম ওৰফে পকেটক গ্ৰেপ্তাৰ কৰে ৰঙিয়া আৰক্ষীয়ে।