আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ গৰু মাফিয়া চাইনা…

July 3, 2021 0 By Biraj Kalita

এইবাৰ অসম আৰক্ষীৰ গুলীত আহত গৰু মাফিয়া।

কুখ্যাত গৰু মাফিয়া সোৰাংগী চাইনাক উদ্দেশ্যি গুলী আৰক্ষীৰ।

কোকৰাঝাৰৰ গোঁসাইগাঁও আৰক্ষীৰ গুলীত আহত গৰু মাফিয়া চাইনা।

শুক্ৰবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল গৰু মাফিয়া সোৰাংগী চাইনাক।

আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰিছিল গৰু মাফিয়াটোৱে।

সম্প্ৰতি চিকিৎসাৰ বাবে বৰপেটা চিকিৎসালয়লৈ প্রেৰণ কৰিছে আৰক্ষীয়ে।