আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ ড্ৰাগছসহ বিজনী আৰক্ষীৰ জালত দুজন…

May 25, 2021 0 By Biraj Kalita

চিৰাঙৰ ডাঙাই গাঁৱত ড্ৰাগছসহ আৰক্ষীৰ জালত দুই যুৱক৷

ধৃত যুৱকদ্বয় ক্ৰমে চফিৰুউদ্দন আহমেদ আৰু মনোৱাৰ হুছেইন৷

দুয়োৰে পৰা ১৫ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

ধৃত যুৱক দুজনৰ পৰা এএচ০১ডিজে২৯৪৪ নং বাইকৰ লগতে দুটা মোবাইল হেণ্ডছেট জব্দ কৰে আৰক্ষীয়ে৷

জানিব পৰা মতে বৰপেটাৰ পৰা বিজনীলৈ আহি থকা সময়তে আৰক্ষীৰ জালত পৰে দুয়ো৷