আৰক্ষী-উগ্ৰপন্থীৰ মাজত তীব্ৰ সংঘৰ্ষ, নিহত দুজন উগ্ৰপন্থী, জব্দ মাৰণাস্ত্ৰ…

June 20, 2021 0 By Biraj Kalita

অসম আৰক্ষীৰ সফল অভিযান।

কাৰ্বি আংলঙত কুকি উগ্ৰপন্থীৰে আৰক্ষীৰ সংঘৰ্ষ।

সিংহসান পাৰ্বত্য এলেকাৰ মাঞ্জাৰ জলেন পাহাৰত আৰক্ষী- উগ্ৰপন্থীৰ গুলীয়াগুলী।

সংঘৰ্ষত থিতাতে নিহত হৈছে দুজন UPRF কেডাৰ।

আনহাতে উদ্ধাৰ হৈছে দুটা একে চিৰিজৰ ৰাইফল আৰু সজীৱ গুলী।