আৰক্ষী-উগ্ৰপন্থীৰ মাজত তীব্ৰ সংঘৰ্ষ, নিহত দুজন উগ্ৰপন্থী, জব্দ মাৰণাস্ত্ৰ… June 20, 2021 0 By Biraj Kalita অসম আৰক্ষীৰ সফল অভিযান। কাৰ্বি আংলঙত কুকি উগ্ৰপন্থীৰে আৰক্ষীৰ সংঘৰ্ষ। সিংহসান পাৰ্বত্য এলেকাৰ মাঞ্জাৰ জলেন পাহাৰত আৰক্ষী- উগ্ৰপন্থীৰ গুলীয়াগুলী। সংঘৰ্ষত থিতাতে নিহত হৈছে দুজন UPRF কেডাৰ। আনহাতে উদ্ধাৰ হৈছে দুটা একে চিৰিজৰ ৰাইফল আৰু সজীৱ গুলী। অপ্ৰতিৰোধ্য কৰ’ণাঃ ৰাজ্যৰ এইকেইখন জিলাত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা… হৃদয়বিদাৰক! টেক্টৰত কঢ়িয়াই অনা কাঠৰ কুণ্ডা বাগৰি কিশোৰৰ কৰুণ মৃত্যু…