কামৰূপ জিলা সমাজ কল্যান বিভাগৰ বিষয়া মৌচুমী বৰাক নিলম্বন।
উৎকোচ বিচৰাৰ অভিযোগত নিলম্বন হ’ল মৌচুমী বৰা।
প্ৰতিবন্ধীৰ আঁচনিৰ নামত বিচাৰিছিল ঘোচ।
তৃতীয় বৰ্গৰ সহায়ক হিচাপে কৰ্মৰত আছিল মৌচুমী।
ৰিতুৰাজ বৰা নামৰ এজনৰ পৰা বিচাৰিছিল ধন।
প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক নৃপেন মালাকাৰে দাখিল কৰিছিল অভিযোগ।