এগৰাকী সম্ভাৱনাপূৰ্ণ অভিনেতা-ইউটিউবাৰৰ অকাল বিয়োগ
July 26, 2021নিউজ ডেস্ক। তেজপুৰবাসীৰ বাবে দুঃসংবাদ।
তেজপুৰৰ এগৰাকী সম্ভাৱনাপূৰ্ণ অভিনয় শিল্পী ইউটিউবাৰ নয়নমণি শইকীয়াৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অকাল মৃত্যু ঘটে।
তেজপুৰৰ বিশিষ্ট অভিনেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভাওনা শিল্পী বদন চন্দ্ৰ শইকীয়াৰ একমাত্ৰ পুত্ৰ মনমণি শইকীয়াৰ অকাল মৃত্যু ঘটে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত।
এই খবৰে এতিয়া মৰ্মাহত কৰি তুলিছে সমগ্ৰ তেজপুৰ চহৰখনত।