এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত ৰূপৰ পদকতে ক্ষান্ত থাকিল শিৱ থাপা…

June 1, 2021 0 By Biraj Kalita

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত শিৱ থাপাৰ পৰাজয়।

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত মেচত সোমবাৰে 68 কেজিত পৰাজয়বৰণ কৰি ৰূপৰ পদক লাভ কৰে বক্সাৰ শিৱ থাপাই৷

থাপাই 2-3 গ’লৰ ব্যৱধানত মংগোলিয়াৰ বাতাৰচুখ চিঞ্জোৰিগৰ হাতত পৰাজিত হয়৷

আনহাতে একে গ’লৰ ব্যৱধানত 52 কেজিত ডিফেণ্ডিং চেম্পিয়ন অমিত পাংঘালে উজবেকিস্তানৰ নেমেচিছ শ্বাখোবিদিন জৈৰভৰ হাতত পৰাজিত হয়।