এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত ৰূপৰ পদকতে ক্ষান্ত থাকিল শিৱ থাপা…
June 1, 2021এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত শিৱ থাপাৰ পৰাজয়।
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত মেচত সোমবাৰে 68 কেজিত পৰাজয়বৰণ কৰি ৰূপৰ পদক লাভ কৰে বক্সাৰ শিৱ থাপাই৷
থাপাই 2-3 গ’লৰ ব্যৱধানত মংগোলিয়াৰ বাতাৰচুখ চিঞ্জোৰিগৰ হাতত পৰাজিত হয়৷
আনহাতে একে গ’লৰ ব্যৱধানত 52 কেজিত ডিফেণ্ডিং চেম্পিয়ন অমিত পাংঘালে উজবেকিস্তানৰ নেমেচিছ শ্বাখোবিদিন জৈৰভৰ হাতত পৰাজিত হয়।