কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ ৰূপজ্যোতি কুৰ্মীক…
June 18, 2021কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ ৰূপজ্যোতি কুৰ্মীক।
কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰিছে মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই বহিস্কাৰ কৰিছে বিধায়কগৰাকীক।
শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বিধায়ক কুৰ্মীক বহিস্কাৰ কৰিবলৈ সভাপতি ৰিপুন বৰাই নিৰ্দেশ প্ৰদান কৰিছে।
বিধায়ক কুৰ্মীক বহিস্কাৰ কৰাৰ এই নিৰ্দেশত সন্মতি প্ৰদান কৰিছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে।