কংগ্ৰেছ দল এতিয়া মুছলমানৰ দল, গঁড় হত্যাৰ লগত জড়িত ৰকিবুল হুছেইনঃ অনিল ৰাজা
July 9, 2021শুক্ৰবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা অনিল ৰাজা, পংকজ বৰবৰা সহ বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে।
গেৰুৱা বসন পিন্ধিয়েই কংগ্ৰেছ তথা ৰকিবুল হুছেইনৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰিল অনিল ৰাজা।
অনিল ৰাজাই কয়- নাৰী কেলেংকাৰীৰ সৈতে জড়িত ৰকিবুল হুছেইন। গোস্বামী উপাধিৰ এগৰাকী মহিলাৰ সৈতে ৰকিবুলৰ কি সম্পৰ্ক নগাওঁৰ ৰাইজে জানে।
লগতে কয়- কংগ্ৰেছ দল এতিয়া মুছলমানৰ দল। ৰকিবুল হুচেইনৰ বাবে কংগ্ৰেছৰ এই শোচনীয় হৈছে। কাজিৰঙাত হোৱা গঁড় হত্যাৰ লগতো ৰকিবুল হুচেইন জড়িত।
৩০০ গঁড় আগত মৃত্যু হৈছিল এতিয়া কিয় মৃত্যু হোৱা নাই বুলি প্ৰশ্ন অনিল ৰাজাৰ।