কচুগাওঁ আৰু দেৱৰগাঁৱত ময়েই জিকিমঃ হাগ্ৰামা মহিলাৰী

December 12, 2020 0 By NEWS DESK

ফলাফলৰ পূৰ্বেই হাগ্ৰামা মহিলাৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা।

কচুগাওঁ আৰু দেৱৰগাঁৱত ময়েই জিকিম বুলি বিস্ফোৰক মন্তব্য প্ৰদান হাগ্ৰামাৰ।

ফেচবুকযোগে ঘোষণা হাগ্ৰামা মহিলাৰীয়ে।

উল্লেখ্য যে, দেৱৰগাঁৱত দশম ৰাউণ্ডত অগ্ৰগতি লাভ কৰি আছে বিপিএফ দলে।

প্ৰায় ৩০৭২ টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

ইফালে বিপিএফ জয়লাভ কৰাৰ কথাও ব্যক্ত কৰে মহিলাৰীয়ে।