কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্থ…

June 2, 2021 0 By Biraj Kalita

দেৰগাৱঁৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন।

পথৰ কাষত থকা দুটা গাতত সোমাই নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত পৰে চেণ্ট্ৰ’ গাড়ীখন।

দেৰগাৱঁৰ দাধৰা পথাৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

বিশ্বনাথ চাৰিআলিৰ পৰা যোৰহাট আভিমুখে আহি আছিল নাহিদৰ পিতৃ-মাতৃ।

দেৰগাওঁ আৰক্ষীয়ে দুয়োকে উদ্ধাৰ কৰিছে ঘটনাস্থলীৰ পৰা।

সম্প্ৰতি দেৰগাৱঁৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰা হৈছো নাহিদ আফ্ৰিনৰ পিতৃ আনোৱাৰ আনচাৰী আৰু মাতৃ ফাতেমা আনচাৰী