কলিয়াবৰৰ জমখলা গাঁৱত উদ্ধাৰ হৈছে এটা আঘাতপ্ৰাপ্ত পহু।
জানিব পৰামতে পহুটোক কুকুৰে খেদি খেদি নিয়াৰ ফলত এটা পুখুৰীত পৰি বহু সময় আবদ্ধ হৈ আছিল।
স্থানীয় কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে পহুটোক
পহুটোক উদ্ধাৰ কৰি অৱশেষত শিলঘাট বন বিভাগক চমজাই দিয়া হয়।