কাগজ কল নিলামক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া…

June 4, 2021 0 By Biraj Kalita

নগাঁও আৰু কাছাৰ কাগজ কল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, নিলামৰ জাননী সময়ে সময়ে ওলাই থাকে৷ ১২০০ কোটিত দুয়োটা কাগজ কল কিনিব কোনে? কিনা হ’লে ময়ে সুখী হ’লোহেঁতেন। পিছত আমি মিলাই লব পাৰিলো হয়৷ মইতো বিচাৰি আছো কোনোবাই কিনক৷ পুৰণা মেচিনসমূহ বৰ্তমান বেয়া হৈছে৷’

মই আগতে এই বিষয়টো চোৱা নাই৷ মই বিষয়টো চাম, কিছু পৰিকল্পনা মোৰ আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।