কামৰূপ জিলা উপায়ুক্ত কৈলাস কাৰ্তিক কৰ’ণাত আক্ৰান্ত

April 13, 2021 0 By Biraj Kalita

ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কামৰূপ জিলা উপায়ুক্ত কৈলাস কাৰ্তিকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।

উল্লেখ্য যে, ৰাজ্যত নিৰ্বাচনৰ অন্ত পৰাৰ পিছতেই অসুস্থ হৈ পৰে উপায়ুক্তগৰাকী।

বৰ্তমান হোম আইছলেচনত আছে কামৰূপ জিলাৰ উপায়ুক্তগৰাকী।

লগতে চাওকঃ

ATM ৰ কােঠালিত ভিতৰত অধ্যয়ন নিৰাপত্তা ৰক্ষীৰ, IAS বিষয়াৰ প্ৰেৰণাদায়ক ফটাে ভাইৰেল