কুন্তল মণি শর্মা বৰদলৈ মুখ্যমন্ত্রীৰ নতুন অ’এছডি হিচাপে নিযুক্তি…

May 16, 2021 0 By Biraj Kalita

কুন্তল মণি শর্মা বৰদলৈ মুখ্যমন্ত্রীৰ নতুন অ’এছডি হিচাপে নিযুক্তি।

কামৰূপ জিলা উদ্যোগ কেন্দ্রৰ কার্যকৰী পৰিচালক আছিল কুন্তল মণি শর্মা বৰদলৈ।

শনিবাৰে এক নির্দেশযোগে এই নিযুক্তি প্রদান কৰে ৰাজ্য চৰকাৰে৷

উল্লেখ্য যে কামৰূপ জিলাৰ মির্জাত কর্মৰত হৈ আছে বৰদলৈ৷