কৃষক আন্দোলনক সমৰ্থন জনাই চাকৰি এৰিলে এইখন ৰাজ্যৰ DIGয়ে!

December 13, 2020 0 By NEWS DESK

বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে দেশজুৰি অব্যাহত আছে কৃষকৰ সংগঠনৰ প্ৰতিবাদ।

কৃষকৰ প্ৰতিবাদক সন্মান জনাই চাকৰি এৰিলে এগৰাকী DIGয়ে।

DIG গৰাকী হৈছে পাঞ্জাৱৰ লক্ষিন্দৰ সিং।

কোনো কাৰণতে কৃষি আইন আহিব নোৱাৰে বুলি কৃষকৰ প্ৰতিবাদক সমৰ্থন জনাই DIG গৰাকীয়ে।

কেৱল এয়াই নহয় চাকৰিৰ এৰি কৃষকৰ লগত একেলগে বহি আন্দোলনত ভাগ ল’ব লক্ষিন্দৰ সিঙে।

লক্ষিন্দৰ সিঙৰ এই সিদ্ধান্তৰ খবৰে দেশজুৰি তোলপাৰ লগাইছে।

DIG গৰাকীৰ পদত্যাগ পত্ৰ ল’বলৈ অনিচ্ছুক হৈ পৰিছে চৰকাৰ।

প্ৰসংগ উত্থাপন হৈছে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কৃষকৰ বাবেই ত্যাগ কৰিলে বহুমূলীয়া এটা শীৰ্ষ পদৰ চাকৰি।