কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ১৫ এপ্ৰিলত বিহুৰ বন্ধ ঘোষণা

April 13, 2021 0 By Biraj Kalita

অৱশেষেত বিহুৰ বন্ধ দিবলৈ বাধ্য হ’ল কেন্দ্ৰ।

১৫ এপ্ৰিলত বিহুৰ বন্ধ ঘোষণা কেন্দ্ৰৰ।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলে ১৫ এপ্ৰিলত পাব বিহুৰ বন্ধ।

বিহুৰ বন্ধ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৱেলফেয়াৰ কমিটীৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল।

উক্ত বৈঠকতে ১৫ এপ্ৰিলত বিহুৰ বন্ধৰ সিদ্ধান্ত লোৱা হয়।

লগতে চাওকঃ

ATM ৰ কােঠালিত ভিতৰত অধ্যয়ন নিৰাপত্তা ৰক্ষীৰ, IAS বিষয়াৰ প্ৰেৰণাদায়ক ফটাে ভাইৰেল