কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব ল’লে সৰ্বানন্দ সোণোৱালে…

July 11, 2021 0 By Biraj Kalita

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব ল’লে সৰ্বানন্দ সোণোৱালে।

দেওবাৰে নতুন দিল্লীত দায়িত্ব লয় সোণোৱালে।

নতুন দিল্লীত বিভাগীয় দায়িত্ব গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বন্দৰ, জল পৰিবহণ আয়ুষ দপ্তৰৰ দায়িত্ব গ্ৰহণ কৰিলে মন্ত্ৰী গৰাকীয়ে।

বুধবাৰে মোডী মন্ত্ৰী সভাত স্থান লাভ কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।