ক্ষুদ্ৰতম গল্পপুথি লিখি অসম বুক অৱ ৰেকৰ্ডছ গঢ়িলে লোকপ্ৰিয়া খনিকৰে…

June 19, 2021 0 By Biraj Kalita

ক্ষুদ্ৰতম গল্পপুথি লিখি গৌৰৱ কঢ়িয়াইছে লোকপ্ৰিয়া খনিকৰে।

লোকপ্ৰিয়া খনিকৰে ক্ষুদ্ৰতম গল্পপুথি লিখি গঢ়িলে অসম বুক অৱ ৰেকৰ্ডছ।

ঢকুৱাখনাৰ মেধাৱী ছাত্ৰী লোকপ্ৰিয়াই কঢ়িয়াইছে এই বিৰল সন্মান।

অসমৰ ভিতৰত সৰ্বপ্ৰথম ক্ষুদ্ৰতম গল্পপুথি লিখি এই ৰেকৰ্ডৰ অধিকাৰী হৈছে লোকপ্ৰিয়া।

পুথিখনত কেৱল মাত্ৰ একোটিকৈ বাক্যৰে ৪০ টা চুটি গল্প সন্নিবিষ্ট কৰিছে।

লোকপ্ৰিয়া এইবাৰ শিৱসাগৰৰ জয়সাগৰ কলেজৰ স্নাতক প্ৰথম বৰ্ষৰ দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰী।