কৰ’ণাত আক্ৰান্ত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা…

April 24, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা।

ছচিয়েল মিডিয়াযোগে এই কথা সদৰি কৰিলে কন্ঠশিল্পীগৰাকীয়ে।

জানিব পৰা মতে, কিছুদিনৰ পৰা অসুস্থ অৱস্থাত আছিল জুবলী।

শেহতীয়াভাৱে কৰা কৰ’ণাৰ পৰীক্ষাত পজিটিভ পোৱা গৈছে শিল্পীগৰাকীৰ।