কৰ’ণাত আক্ৰান্ত কণ্ঠশিল্পী ভিতালী দাস, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি…

April 21, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত হৈছে ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস।

মহানগৰীৰ কালাপাহাৰ স্থিত ক’ভিড হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে কণ্ঠশিল্পীগৰাকীক।

জানিব পৰা অনুসৰি কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট সংকটজনক।

লগতে চাওকঃ

হাস্পতালৰ পৰা পলাল কৰােনাত আক্ৰান্ত কয়দী! PPE Kit পিন্ধাই পুনৰ গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে!