কৰ’ণাত আক্ৰান্ত জনপ্ৰিয় কন্ঠশিল্পী ববিতা শৰ্মা আৰু তেওঁৰ কন্যা…

April 25, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

শেহতীয়াকৈ অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ববিতা শৰ্মা আক্ৰান্ত হৈছে কৰ’ণাত।

তেওঁৰ কন্যাও আক্ৰান্ত হৈছে মাৰাত্মক কৰ’ণাত।

দুয়োকে ভৰ্তি কৰা হৈছে চিকিতসালয়ত।