কৰ’ণাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা…

May 26, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সন্ত্ৰাস।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা।

সম্প্ৰত্তি মহানগৰীৰ এখন হাস্পাতালত চিকিতসাধীন হৈ আছে সাহিত্যিক গৰাকী।

জানিব পৰা মতে, আই চি ইউত ৰখা হৈছে বিশিষ্ট সাহিত্যিক গৰাকীক।

গুৰুতৰভাৱে অসুস্থ হৈছে বিশিষ্ট সাহিত্যিকগৰাকী।