কভিড-১৯ত আক্ৰান্ত যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা, চিকিৎসালয়ত ভৰ্তি…
June 5, 2021ৰাজ্যত অব্যাহত আছে ক’ভিড-১৯ৰ সংক্ৰমণ।
সংক্ৰমণৰ সমান্তৰলাকৈ প্ৰতিদিনে অব্যাত আছে ৰােগীৰ মৃত্যুৰ ঘটনা।
ইপিনে, ক’ভিড-১৯ত আক্ৰান্ত হৈছে ৰাজ্যৰ যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা।
শেহতীয়াকৈ কৰা ক’ভিড-১৯ৰ পৰীক্ষাত ৰিজাল্ট পজিটিভ আহিছে শিল্পীগৰাকীৰ।
কিছু পৰিমাণে অসুস্থ বৰুৱাক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
GMCH ৰ চুপাৰ স্পেয়েলিটি হস্পালাত ভৰ্তি কৰা হৈছে শিল্পীগৰাকীক।
শিল্পীগৰাকী এই খবৰৰ পাছতে আশু-আৰোগ্য কামনা কৰিছে তেওঁৰ গুণমুগ্ধই।