কৰ’ণাত আক্ৰান্ত হৈ অসমৰ প্ৰথম গৰাকী মহিলা IAS পাৰুল দাসৰ মৃত্যু

April 26, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যবাসীৰ বাবে এক দুখবৰ।

কৰ’ণাত আক্ৰান্ত হৈ অসমৰ প্ৰথম গৰাকী মহিলা IAS পাৰুল দাসৰ মৃত্যু।

পাৰুল দাস আছিল ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব।

কৰ’ণাত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছিল পাৰুল দাস।