কৰ’ণাত আক্ৰান্ত হৈ অসম এছ’ছিয়েচনৰ গুড়গাঁৱৰ প্রতিষ্ঠাপক সভাপতি মৃদুল ভূঞাৰ মৃত্যু…

April 29, 2021 0 By Biraj Kalita

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত হৈ অসম এছ’ছিয়েচনৰ গুড়গাঁৱৰ প্রতিষ্ঠাপক সভাপতি মৃদুল ভূঞাৰ মৃত্যু।

ৰুগ্রামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ ভূঞাৰ।

দিল্লী আৰু গুৰুগ্রামৰ অসমীয়া সমাজৰ বাবে সেৱা আগবঢ়াইছিল ভূঞাই।

পাৱাৰ গ্রীডত এগৰাকী বিষয়া হিচাপে কৰ্মৰত আছিল মৃদুল ভূঞা।

তেখেতৰ মৃত্যুত দিল্লী আৰু গুড়গাঁও অসমীয়া সমাজৰ গভীৰ শোক প্রকাশ।