কৰ’ণাত আক্ৰান্ত হৈ আবকাৰী বিভাগৰ কনিষ্টবলৰ মৃত্যু…
June 6, 2021ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰী ৰূপ।
সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।
কৰ’ণাত আক্ৰান্ত হৈ আবকাৰী বিভাগৰ কনিষ্টবলৰ মৃত্যু।
মৃত্যু হোৱা কনিষ্টবল জনৰ নাম হাফিজুৰ ৰহমান।
১০ দিন পূৰ্বে কনিষ্টবল জন কৰ’ণাত আক্ৰান্ত হৈ গুৱাহাটিৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
দেওবাৰে পুৱা ৮ বজাত মৃত্যু হয় কনিষ্টবল জনৰ।