কৰ’ণাৰ ভয়াৱহ সন্ত্ৰাস! ১৫ মেলৈ বন্ধ থাকিব ৰংঘৰ, তলাতল ঘৰৰ লগতে এইসমূহ স্থান…

April 16, 2021 0 By Biraj Kalita

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় পুৰাতাত্বিক বিভাগে আগবঢ়াইছে বিশেষ নিৰ্দেশনা।

পুৰাতাত্বিক বিভাগৰ অধীনস্থ সকলো স্থান বন্ধ থাকিব ১৫ মেলৈ।

উল্লেখ্য যে, অসমত কেন্দ্ৰীয় পুৰাতাত্বিক বিভাগৰ অধীনত ৰংঘৰ, তলাতল ঘৰ, বিষ্ণুদৌল আদিৰ লগতে আছে প্ৰায় ৫৫ টা স্থান।