কৰ’ণাৰ সন্ত্ৰাসঃ ৰাজ্যত অনিৰ্দিষ্টকাললৈ স্থগিত মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা…

May 4, 2021 0 By Biraj Kalita

১১ মে’ত অনুষ্ঠিত নহয় ছাত্ৰ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা।

ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা স্থগিত।

ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত ছেবাৰ কতৃপক্ষৰ।

পৰিস্থিতি উন্নত হ’লে পুনৰ হ’ব পৰীক্ষা।

১১ মে’ত অনুষ্ঠিত হোৱাৰ কথা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।