কৰ’ণাৰ সন্ত্ৰাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৯- ২০ এপ্ৰিলৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

April 18, 2021 0 By Biraj Kalita

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আ্ক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

১৯ আৰু ২০ এপ্ৰিলৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত।

পৰৱৰ্তী পৰীক্ষাসমূহ নিৰ্ধাৰিত সময়সূচী মতে অনুষ্ঠিত হোৱাৰ কথা নিদেৰ্শনাত প্ৰকাশ।